DjPunjab.is

Advertisment

  1. Home
  2. » Latest assamese Music
  3. » Tumi Mur
  4. » Tumi Mur Parthajyoti Baruah Mp3 song download



Tumi Mur Parthajyoti Baruah Mp3 song download

Tumi Mur Parthajyoti Baruah

Track : Tumi Mur

Music : Parthajyoti Baruah

Label : Shine Records

Release Year : 16/Aug/2021

Playtime : 3:25 Minute

Category : assamese Music


Share on Whatsapp

Tumi Mur song download

Back To Album

FAQs for Tumi Mur

Who is singer of Tumi Mur song?

Singer of Tumi Mur song is Parthajyoti Baruah.

Who is the music director of Tumi Mur song ?

Tumi Mur is Tuned by Shine Records.

Whats the playtime (duration) of Tumi Mur song?

Playtime of song Tumi Mur is 3:25 Minute.

When Tumi Mur song released?

Tumi Mur mp3 assamese song has been released on 16/Aug/2021.

Which album is the song Tumi Mur from?

Tumi Mur is a assamese song from the album Tumi Mur.

How can I download Tumi Mur song ?

You can download Tumi Mur song via click above download links.


Description :-Tumi Mur mp3 song download by Parthajyoti Baruah in album Tumi Mur. The song Tumi Mur is and the type of this song is assamese


Tumi Mur Parthajyoti Baruah Lyrics


তুমি মাথোঁ মোৰ হৈ ৰোৱা
নামি অহা এটি সন্ধিয়া
পহৰ তুমি প্ৰতি পোৱাৰ
ৰং সানা ভাল পোৱাৰ

অ আলসুঁৱা মন মোৰ
উৰি যায় বহু দূৰ
তুমি মোৰ গীতৰ সুৰ
হবা নে মাথোঁ মোৰ
তোমাতে সঁপিলোঁ
মোৰেই জীৱনতো
তুমি তুমি

অ জান ঐ
মোৰ জান ঐ
তোমাৰ চকু জুৰি
হৰিণী চকু যেন
পদুমৰ ঠাৰি যেন হাত
তোমাৰ গাল দুখনি
সেন্দুৰী আম যেন
বীণ যেন মুখৰে মাত

কোন জন ঈশ্বৰে তোমাক সৰজিলে
সোণ-ৰূপ মিহলি কৰি
সেইজন ঈশ্বৰে মোকো সৰজিলে
গোবৰ মাটি মিহলি কৰি

ঐ হাঁহে হৈ চৰিম গৈ তোমাৰে পুখুৰীত
পাৰ হৈ পাৰিম গৈ ছালত
মাখি ৰূপে ধৰি
চুমা দি আহিম গৈ
তোমাৰে কুমলীয়া গালত
ঐ হাঁহে হৈ চৰিম গৈ তোমাৰে পুখুৰীত
পাৰ হৈ পাৰিম গৈ ছালত
মাখি ৰূপে ধৰি
চুমা দি আহিম গৈ
তোমাৰে কুমলীয়া গালত

ঐ বাপেৰেও নিদিলে
তোমাকে আনিম গৈ
ভঙা কৈ চাইকেল খনত
কুকুৰে ভুকিব
বাপেৰেও খেদিব
দুৱাৰ দাং তুলিলৈ হাতত


Tags: Tumi Mur Parthajyoti Baruah download Mp3 Song , Tumi Mur assamese , download free Tumi Mur Track, Parthajyoti Baruah Top Songs , Parthajyoti Baruah New Song Download - DjPunjab.

» Feedback / Suggestion / Contact us

» Home

For any info - admin@djpunjab.is

djpunjab.is (2025)