Advertisment
-
Home
-
» Latest assamese Music
-
» Mur Gaanor Dehat
-
» Mur Gaanor Dehat Sannidhya Bhuyan Mp3 song download
Track :
Mur Gaanor Dehat
Music : Rajnish Saikia
Label : Shopolo Digital-P
Release Year : 23/Jun/2021
Playtime : 5:42 Minute
Category : assamese Music
FAQs for Mur Gaanor Dehat
Who is singer of Mur Gaanor Dehat song?
Singer of Mur Gaanor Dehat song is Sannidhya Bhuyan.
Who is the music director of Mur Gaanor Dehat song ?
Mur Gaanor Dehat is Tuned by Shopolo Digital-P.
Whats the playtime (duration) of Mur Gaanor Dehat song?
Playtime of song Mur Gaanor Dehat is 5:42 Minute.
When Mur Gaanor Dehat song released?
Mur Gaanor Dehat mp3 assamese song has been released on 23/Jun/2021.
Which album is the song Mur Gaanor Dehat from?
Mur Gaanor Dehat is a assamese song from the album Mur Gaanor Dehat.
How can I download Mur Gaanor Dehat song ?
You can download Mur Gaanor Dehat song via click above download links.
Description :-Mur Gaanor Dehat mp3 song download by Sannidhya Bhuyan in album Mur Gaanor Dehat. The song Mur Gaanor Dehat is and the type of this song is assamese
মোৰ গানৰ দেহাত
তেজৰ চেকা, হৃদয় ধোঁৱাৰ
মোৰ দুখৰ পঁজাত
আন্ধাৰে ঢকা সপোন পুৱাৰ
মোৰ গানৰ দেহাত
তেজৰ চেকা, হৃদয় ধোঁৱাৰ
মোৰ দুখৰ পঁজাত
আন্ধাৰে ঢকা সপোন পুৱাৰ
দুখৰ পাহাৰ ভঙাৰ
মোৰ আশা অপাৰ
দুখৰ পাহাৰ ভঙাৰ
মোৰ আশা অপাৰ
মোৰ গানৰ দেহাত
তেজৰ চেকা, হৃদয় ধোঁৱাৰ (হৃদয় ধোঁৱাৰ)
মোৰ দুখৰ পঁজাত
আন্ধাৰে ঢকা সপোন পুৱাৰ (সপোন পুৱাৰ)
মোৰ গানৰ দেহাত
তেজৰ চেকা, হৃদয় ধোঁৱাৰ (হৃদয় ধোঁৱাৰ)
মোৰ দুখৰ পঁজাত
আন্ধাৰে ঢকা সপোন পুৱাৰ
মোৰ ভাৱৰ ভৰত
টোপনি ভাগৰি হয় নিশা উজাগৰী
দুপৰনিশাও নহওঁ আজৰি
হেজাৰ সপোন সামৰি
মোৰ ভাৱৰ ভৰত
টোপনি ভাগৰি হয় নিশা উজাগৰী
দুপৰনিশাও নহওঁ আজৰি
হেজাৰ সপোন সামৰি
মনৰ দুফাল দুৱাৰ
তথাপি দুখৰ প্ৰহাৰ
মনৰ দুফাল দুৱাৰ
তথাপি দুখৰ প্ৰহাৰ
মোৰ গানৰ দেহাত
তেজৰ চেকা, হৃদয় ধোঁৱাৰ
মোৰ দুখৰ পঁজাত
আন্ধাৰে ঢকা সপোন পুৱাৰ
মোৰ গানৰ দেহাত
তেজৰ চেকা, হৃদয় ধোঁৱাৰ
মোৰ দুখৰ পঁজাত
আন্ধাৰে ঢকা সপোন পুৱাৰ
মানৱী সমাজৰ মানৱী মনতে
বিভেদৰ ব্যাধিবোৰ দ-কৈ শিপালে
মানৱী সমাজৰ মানৱী মনতে
বিভেদৰ ব্যাধিবোৰ দ-কৈ শিপালে
কোনেনো বান্ধিব শান্তিৰ পাৰ!
কোনেনো বান্ধিব শান্তিৰ পাৰ!
শ্ৰোতা বন্ধু ভাবাঁ এবাৰ
কিমান সহিম দুখৰ প্ৰহাৰ!
শ্ৰোতা বন্ধু ভাবাঁ এবাৰ
কিমান সহিম দুখৰ প্ৰহাৰ!
মোৰ গানৰ দেহাত
তেজৰ চেকা, হৃদয় ধোঁৱাৰ (হৃদয় ধোঁৱাৰ)
মোৰ দুখৰ পঁজাত
আন্ধাৰে ঢকা সপোন পুৱাৰ (সপোন পুৱাৰ)
Tags: Mur Gaanor Dehat Sannidhya Bhuyan download Mp3 Song , Mur Gaanor Dehat assamese , download free Mur Gaanor Dehat Track, Sannidhya Bhuyan Top Songs , Sannidhya Bhuyan New Song Download - DjPunjab.
» Feedback / Suggestion
» Home
For any info - admin@djpunjab.is